fbpx

Bloghub24

প্ৰাচীন অসমত সংস্কৃত চৰ্চা

বৰ্তমানলৈকে উদ্ধাৰ হোৱা সাহিত্যিক নিদৰ্শনঃ

হস্ত্যায়ুৰ্বেদঃ পালকাপ্য মুনি (অসমত ৰচিত প্ৰাচীনতম পুথি, আনুমানিক খ্ৰীষ্টীয় ২ শতিকা পূৰ্বৰ)

স্বল্পমৎস্য পুৰাণ – খ্ৰীঃ দশম শতিকাৰ পুৰ্বৰ ৷

কালিকা পুৰাণ -ঃ আনুমানিক খ্ৰী দ্বাদশ শতিকাৰ পুৰ্বৰ

আঙ্গিৰস ধৰ্মশাস্ত্ৰঃ – আনুমানিক খ্ৰীঃ একাদশ খতিকাৰ পূৰ্বৰ ৷

মুখ প্ৰদীপঃ – কবি ভাৰতী (খ্ৰীঃ দ্বাদশ-একাদশ শতিকাৰ)

স্মৃতি ৰত্নাকঃ – বেদাচাৰ্য (খ্ৰীঃ দ্বাদশ-একাদশ শতিকাৰ)

কাল কৌমদীঃ – নীলাম্বৰ আচাৰ্য

Letest Post

Post Info