fbpx

Bloghub24

অসমীয়া সাহিত্যৰ প্ৰথম

ঊপন্যাস – ভানুমতী, লেখক পদ্মনাথ গোহাঞিবৰুৱা

অসমীয়া কথা কবিতা – যতীন্দ্ৰনাথ দুৱৰা ৷

প্ৰকাশিত অসমীয়া গ্ৰন্থ – ধৰ্ম পুস্তক (1983), আত্মাৰাম শৰ্মা৷

ভ্ৰমণ কাহিনী – বিলাতৰ চিঠি (১৯৩৯), জ্ঞানাভিৰাম বৰুৱা ৷

অসমীয়া সামাজিক নাটক – ৰামনৱমী, গুণাভিৰাম বৰুৱা ৷

গদ্য লেখক – ভট্টদেৱ ৷

কম্পিউটাৰ ব্যৱস্থাত মুদ্ৰিত গ্ৰন্থ – প্ৰেমত পৰিলো নেকি, দিলীপ কুমাৰ দত্ত ৷

ব্যাকৰণ – গ্ৰামাৰ অৱ দি আচামিজ লেৎগুৱেজ (১৮৩৯), উইলিয়াম ৰবিনচন ৷

সাহিত্য বুৰঞ্জী – অসমীয়া সাহিত্য বুৰঞ্জী (১৯১২), দেৱীন্দ্ৰ নাথ বেজবৰুৱা ৷

অসমীয়া বাতৰি কাকত – অৰুণোদই (১৮৪৬-১৮৮২), সম্পাদক- নাথান ব্ৰাউন ৷

অনুদিত সৎস্কৃত নাটক – শকুন্তলা, অনুবাদকঃ লম্বোদৰ বৰা ৷

ইংৰাজী কাকত (অসমৰ পৰা প্ৰকাশিত) – দি আচাম ট্ৰিবিউন (১৯৪৬), প্ৰথম সম্পাদকঃ লক্ষ্মীনাথ ফুকন ৷

অসমীয়া সাহিত্যৰ ডক্টৰেট – বাণীকান্ত কাকতি ৷

প্ৰথমজন ডক্টৰেট – ময়িদুল ইছলাম বৰা ৷

সাপ্তাহিক আলোচনী – নৱযুগ, সম্পাদকঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ৷

অভিধান প্ৰণেতা – মাইলচ ব্ৰনচন (১৮৬৭)

সাহিত্যৰ বাবে মহিলাৰ পদ্মশ্ৰী সন্মান – নলিনীবালা দেৱী ৷

কাব্যগ্ৰন্থ – প্ৰহ্লাদ চৰিত্ৰ, হেম সৰস্বতী ৷

চনেট ৰচক – হেমচন্দ্ৰ গোস্বামী ৷

চনেট গ্ৰন্থ – মালা (১৯১৮), কবিঃ হিতেশ্বৰ বৰবৰুৱা ৷

আত্মজীৱনী (লিখিতভাৱে প্ৰথম) – হৰকান্ত সদৰামিনৰ আত্মজীৱনী, প্ৰকাশঃ ১৯৬০ ৷

প্ৰকাশিত ৰূপত প্ৰথম আত্মজীৱনী – মোৰ জীৱন সোঁৱৰণ, মক্ষ্মীনাথ বেজবৰুৱা ৷

মুক্তক ছন্দত লিখা প্ৰথমখন কবিতা পুথি – অন্ত্যজা, মহেশ্বৰ নেওগ ৷

ফট’টাইপ ছেটিং পদ্ধতিত ছপা হোৱা অভিধান – সুমন্ত চলিহা প্ৰণীত আধুনিক অসমীয়া শব্দকোষ (১৯৯১) ৷

ইবচেনীয় নাট্য শৈলীৰ প্ৰথম নাটক – জ্যোতিপ্ৰসাদ আগৰৱালাৰ কাৰেঙৰ লিগিৰী ৷

কবিতা আলোচনী – অসমীয়া কবিতা কাকত (১৯৭১), সম্পাদনাতঃ হীৰেন গোহাঁই, ৰবীন্দ্ৰ সৰকাৰ, পৱিত্ৰ কুমাৰ সৰকাৰ ৷

প্ৰথমখন বছেৰেকীয়া সাহিত্য সংকলন – বৰদৈচিলা, ত্ৰিশৰ দশকৰ পৰা বৰ্তমান পৰ্যন্ত ৷

প্ৰথমখন কাৰ্টুন আলোচনী – চিত্ৰশিল্পী পুলক গগৈ সম্পাদিত ‘কাৰ্টুন’ (মাহেকীয়া) ৷

ৰহস্য আলোচনী – শশী ফুকন সম্পাদিত ‘বিস্ময়’ ৷

অংকীয়া নাট – চিহ্নযাত্ৰা বা ছিন্ন যাত্ৰা, শংকৰদেৱ ৷

উপন্যাস – জন বনিয়ানৰ The Pilgrims Progress – ৰ নাথান ব্ৰাউনে কৰা অনুবাদ ‘জাত্ৰিকৰ যাত্ৰা’ অৰুণোদইত ১৮৪৮ চনৰ নৱেম্বৰ মাহত প্ৰথম প্ৰকাশ হৈছিল ৷ ১৮৫৭ চনত গ্ৰন্থাকাৰে প্ৰকাশ কৰে ৷

মহিলাৰ উপন্যাস – সুধৰ্মাৰ উপন্যাস (১৮৮৪), পদ্মাৱতী দেৱী ফুকননী ৷

মহিলা কবি – কনকলতা আইদেউ ৷

মহিলা আধুনিক কবি – যমুনেশ্বৰী খটনিয়াৰ

জীৱনীমূলক উপন্যাস – ৰূপতীৰ্থৰ যাত্ৰী (১৯৬৩-৬৫), চন্দ্ৰপ্ৰসাদ শইকীয়া ৷

আঞ্চলিক বৈশিষ্ট্যসম্পন্ন সামাজিক উপন্যাস – মিৰিজীয়ৰী, ৰজনীকান্ত বৰদলৈ ৷

প্ৰথম অসমীয়া কল্পবিজ্ঞানৰ ৰচনা (গল্প) – মিনি নয়জ (১৯৫০), সৌৰভ কুমাৰ চলিহা ৷

বিজ্ঞান ভিত্তিক উপন্যাস – চন্দ্ৰলোকত প্ৰথম মানুহ (১৯৬৯), ড০ বিজয় কৃষ্ণ দেৱৰ্শমা

 

Letest Post

Post Info